التصنيفات
القرآن الكريم

المختصر في التفسير অসমীয়া سورة [الأنبياء]

وَٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهَا مِن رُّوحِنَا وَجَعَلۡنَٰهَا وَٱبۡنَهَآ ءَايَةٗ لِّلۡعَٰلَمِينَ

الأسامية | অসমীয়া

হে ৰাছুল! মৰিয়ম আলাইহাচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যিয়ে নিজৰ লজ্জাস্থানকব্যভিচাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ফলত আল্লাহে তেওঁৰ ওচৰলৈ জিব্ৰীলক প্ৰেৰণকৰিলে। জিব্ৰীলে তেওঁক ফুঁৱাই দিলে, ইয়াৰ ফলত তেওঁ গৰ্ভৱতী হৈ গ’ল। দৰাচলতে মৰিয়মআৰু তেওঁৰ পুত্ৰ ঈছা হৈছে মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক। তেওঁক পিতৃ নোহোৱাকৈসৃষ্টি কৰা বিষয়টোৱে প্ৰমাণ কৰে যে, কোনো কৰ্মই আল্লাহৰ বাবে সাধ্যাতীত নহয়।