وَجَعَلۡنَا ٱبۡنَ مَرۡيَمَ وَأُمَّهُۥٓ ءَايَةٗ وَءَاوَيۡنَٰهُمَآ إِلَىٰ رَبۡوَةٖ ذَاتِ قَرَارٖ وَمَعِينٖ
الأسامية | অসমীয়া
আমি মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছাক আমাৰ অদ্ভুদ শক্তিৰ প্ৰতীক বনাইছিলোঁ। কিয়নো তেওঁপিতৃ নোহোৱাকৈ জন্ম লাভ কৰিছিল। আমি দুয়োকে এটা ওখ স্থান আশ্ৰয় দিছিলোঁ। যিঠাইডোখৰ আছিল সমতল আৰু বসবাস উপযোগী। লগতে তাত প্ৰবাহিত পানীৰো সুব্যৱস্থাআছিল।